মহিলাৰ প্ৰধান সমস্যা
ৰোগৰ কাৰণ:এই ৰোগৰ কোনো নিৰ্দিষ্ট কাৰণ নাই।এষ্ট্ৰোজেন হৰম’নৰ অস্বাভাৱিক ক্ৰিয়া,ডিম্বাশয়ত অধিক ৰক্ত সঞ্চালন,ডিম্বাশয়ত হোৱা উত্তেজনা,গৰ্ভনিৰোধক আৰু থাইৰয়ড হৰম’নজাতীয় ঔষধ অত্যধিক ব্যৱহাৰ,ডিম্বাশয় শোথ,বন্ধ্যা,ভয়,ক্ৰোধ,মানসিক উৎকণ্ঠা আৰু বংশগত কাৰণত এই ৰোগ হয়।